পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অতএব এনোমা আমাৰ মধ্যে একলাস ও দোন্ত ও ফবোক একাৰণ লেখি উচিত হোয়। আৰু মই ও তামাৰ ঠাই লিখা সমেত বাঙ্গালাৰ জমিলা মাচিমখাৰ বেটা চাৰপি খ ও ঘুৰাই চোধাৰি দুই জনক ভেজি হো, পূৰ্বেও কন্দলৰ পৰা যিখন হৈছে। আৰ প্ৰীতিৰ পৰা বিধান হৈ গৈছে, তা তাৰি আপুনি জানে। অঞি আমাক দোস্ত পৃত কৰালে নিমিত্তে দুই দল গো-ব্ৰাহ্মণ সুশে বহিছি। এখন যে আমাৰ পাংসাৰ সৰকাৰি ও দিল মহমদ ও খচিপ। নন্দৰাম সাহু ও গধহ ২৩ আমি সহিতে পৰঙ্গ ঝাৎ কাহিনা উক্ত দুয়াৰ বাৰত বহিছিল। সেই ঠাইৰ যে পাশ্ববৰ্ষি থানাদাৰ দুয়াৰৰ চকিদাৰ তোমাৰ ঠাই দিয়া ভেজিলেক। তোমা কহে আমা জাহিন নবাব চুশন, মৰতচা, হৰ হাল মায়া ভোট খৰি খেতেত কৰিতেচিল। জাহিলা নবাব ও কোচবোৰে ৰাঙ্গা যেখম সবাকো ভাগাকে, তখন আমি বাইক চাওঁ। না পৰি তোমাৰ দুৱাৰৰ চৌকিদাৰৰ ফৌজে হাতে চড়িলো! তোমৰা নিসা কৰিয়া দিলাস দিয়া ও বহুত লোভ দেখায়া কয়দ কৰি ৰাখিলেক এখন যে তোমাৰ দুৱাৰ বাৰ বড়া ও চৌকিদাৰে জোৰত হচিলত বহিব নোৱাৰি সে ভোট গাৰ পাহাৰ চড়ে আৰ সববস্তু খালিচা কৰিয়া মুৰিয়া নিলেক; মনুষ আমাৰে তোৰ আপুনি শিশা কৰিয়া দে, তোমাৰ বোকে আমাৰ এমত কৰে। আমাৰ লোকে এমত কৰিয়া থাকে। তেৰে তোমাৰ আমাৰ মধ্যে পৃত একলায় কোন অৰ্থে ভিন্ন ভাব নাই। একাৰণ লিখি এম ও নাহি হব। অল্পকামৰ ওপৰ বড় লোকৰ পূৰ্ব নিবন্ধ সল্লাহ এপ্ৰকাৰ জানায়; আৰ তোমাৰ যে সজাতি ভেলাই দুৱাৰ দাৰৰ বেটা তোমাৰ হাহিৰ বাৰ পাৰ কৰিয়া থাকে, আমাক মৰ ফলাই মাৰিতে চাহে। আমি কেমতে দুৱাৰত মি। তোমা দগতে সে এম