পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> ৰাখিব। চা পৰা নামি আহিল। পুনৰ্বাৰ বজাল লৈ পালি। ইবোৰও কড়ুয়াৰ ঠাইত সকল কথা কলে বোলে দেৱে ব্ৰাহ্মণক ভেবে সে আশাত অন্ধবধ না লাগে। সে সময়ত তো? দাধৰাৰ পুতেক জগলু সহিতে ৩ বড় আৰ ঠাই লৈ পঠাই সুধি আহিল। ৮ বোলে কটকি হতে যি কৈচে তাৰ কথাবাৰ্তাৰ আয় যুগুতি জেঠেৰিত্ৰ মোলৈ কৈ আহক। পাচে বড়ুয়া চৰণ লৈ প্ৰাৰ্থনা কৰি ব্ৰাহ্মণৰ অৰ্থে জানাই আছিল। ভাব। যা বুলি বোলে কাটিলো হতে যা তো জেঠেৰি মাতি আহিছে। বামুনি পুতেকে মাতি গৈছে এই কাৰণেহে না কাটিলো তথাপি জেঠেৰি ভালৰূপে সিখাই দিয়ক। এই বুলি চকিৰ পৰা সঞ্জাতিক গতিয়াই খেদিলে, তাৰ পুতেক জয়ানন্দক নিতান্ত জ্বগলুৰ হাতে অনাই দোটা কিল মাৰিচিল। যাতে পূৰ্বে আগত সনাতন কটকিক কুতাৰ পো বুলি সজাতি গালি পাৰিল। ও দুইকো গতাই খেদিল; কথা সনাতনৰ মনতে আচিল। সেই কথাকে চল পাই, তাকে এইৰূপ কৰিলে। পুনৰ্বাৰ চেক মোকো পাশে

  1. বিদায় দিব দিগে।

বড়ুয়া বটা বাহন দি বিদায় দিলে। পুনৰ্বাৰ আলিয়াৰ খাঁ চিপ খাঁ ও ৰঘুৰাই দুই উকিলক আমাৰ কটকিৰ লগত পঠাই দিল। পত্ৰে এই স্বস্তি সকল মঙ্গলৈ নিলয় পৰম- সুপ্ৰতিষ্ঠিত কলেবৰ শ্ৰীযুতবড়বড়আ গোহা ও চেটিয়া গোহা মহোদাৰ চৰিত্ৰে। পূৰ্বাপৰোক্ত বেবহাৰ মাফি ৰ্য্য তোমাৰ খাতিৰ খেসমুদ উভয় তৰ ভেদ নিঃসন্দেশ হৈয়া বয়ে কিঞ্চিৎ যথু, বক্ৰি লান ছিদ। আৰ তুমি যে লেখিচ সিঙ্গৰি ও বালি পৰা ও বড় গাও গয়ই ৰা সত্ৰাজিতৰ কালাবধি ভোট খতি কৰিতেছিল। এখন যে যে ফোক্ত না পাখি একা দোস্ত লশ মোজবাৰ ফল বলে তো ন হয়। এখন তুমি আমি লৰ অখিল ও আফিফ নিৰ্ণয় নিবন্ধ কৰিতেছি। পং