পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি চাৰিদিৰেৰ অন্তৰ মৰৰ ভিতৰ লৈ নিচিল। সেই সময়ত একদিন আলয়াৰ খায়ে বোলে গড়গ্ৰামলৈ কেতি যোঞ্জৰ পথ আমাৰ সনাতনে বোলে, সাহেব গড়গ্ৰাম লাগি দুই মহিলাৰ পথ। এনে সময়তে দুৱাৰ দাৰৰ বেটা জয়ানন্দে বোলে সাহেব ৮ বোজ পথ। উকিলে মিচাকহে। পাছে নবাবে বদলে এখন তোমাৰ বড় মুদৈ দুৱাৰ দৰে আঠ বোজকে বাট কহে তুমি কিছু আস্তে দে মাহিনাকে বাট জুট কহ। সনাতনে বোলে উলয় গিৰিৰ স্বৰ্গ মহাৰাজা, বাস্তুগিৰিৰ ভিল্লীৰ পাস দুই জনেও পূৰ্বাপৰ উকিল যি কহে তাক সত্য মানে; এখন তুমি যে দুয়াৰ দাৰৰ আচাহ মহাজন আৰ মুখেহে সম্বুজ কৰ। আত আমাৰ খানিকো দিলগিৰ নাহি কৰোঁ। তুমি আপোন মাফিক সুচিকৰ। আমি যা কুচ বাত কহহ সব সত্য কহে। পাছে আহলাৰ শা বোলে উকিলে যে কুচ বাত কহে সব সত্য। সি তো ব্যাপাৰি তাৰে বাত না সম্বুজ কৰে। পাচে আমাৰ উকিলক বটা বাহন দি বিদায় দিল। বিদায় দিওতও পত্ৰৰ সিদ্ধান্ত পতে পাই পুনৰ্বাৰ চন্দ্ৰনাৰাণৰ কথা একো নকুলে। আমাৰ উকিলৰ লগে পুনৰবাৰ সেক মোক দি পৃতি পথত বহিল। পত্ৰ এই- “স্বস্তি সকল মন্ত্ৰণালয় পৰম সুপ্ৰতিষ্ঠিত শ্ৰীযুত বড়বড়ুয়া গোহাঞও চেটিয়া গোহা মহোমোগ্ৰ-প্ৰতাপে। লেখনং কাৰ্য্য তোমাৰ আদৌ কুশল মঙ্গল সৰ্বথা চাহি। প্ৰত তোমাৰ মেহৰাণি দিন দিন লজিক খায়। যেমন হামহ হই, আৰ তুমি ষি পত্ৰ মনুষ্য তাকিদ ভেলিক সিহত চিতাপে পহুছিল। তাহৰ মুখত সুনিমা সাক্ষাৎৰূপ পত্ৰ চালামি চসামি কৰিয়া জানিলাম। পত্ৰাৰ্থবিদ প্ৰস্তুত কাৰ্য্যৰ উপচিত যাতে তোমাৰ আমাৰ ঐকতা মহবত ভাবৰূপ প্ৰতিষ্ঠা আফত যেসদৃশ সাক্ষাত হেইতে আস্তে। অতএব খুব হকিত না ভেদ দৌড় দোস্ত দন্ত সব চাৰ