পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুলিখল-যুৰী এ উচিত মহে আৰু বিশেতা কালাই হাৰ্দিকিয়াই তাৰ সঙ্গে দুইজন মনু শনিয়া পৰ্বতেৰ কোলে বেড়াই ফুৰিখেছিল। তোমাৰ দিগেৰ ষিয়া পুৰেৰ ফতাই হেমা মোন তাৰ গগৈ এক পাঠান আৰ নজৰত খ। এক চিপাহি এই দুইজনে অনেক মন্ত্ৰণা কৰি ঢকাক লাগি নিলে; তাক দেখে। তুমি অদ্যাপিও মোক চাবিয়া নেদ। আমি জানি আছি উভয় পক্ষে যে জাৰিয়া আৰ পাৎসা উম ও সেই সকলৰ যে এখন কবুল নিবন্ধ কিছু না বহিল। এতেক ইবাৰ জনা গেল, পাসাই এক লাল খাঁ নামে বঙ্গালে আমাৰ ঠাই চান্দা বজাই আচিল। সি দেখোমোক চাও বুলি তোমাৰ ঠাইক গেল। তুমিও তাক দিবাক লাগিল। তেৰে সে পৃতেৰ ওপৰ ৰহে— তুমি নে তাক ৰাখি এমও প্ৰত্যুত্তৰ লেপ, ইতত তোমাৰ কোৰ উচিত হোয়। আৰ আমি বাৰম্বাৰ লেখিচি, যি খাত হন্তে উভয় পক্ষে এক লাখ কহে, কোনো চিত্তে আৰ মত নহে তাক কৰিব। ৰা কৰ তোমাৰ খুচি অধিক কি লেখিম। আমাৰ উকিল সনাতন ও একা এসৱ প্ৰমুক্ষে জানিবেক। আৰ হাট বাট ধৰিদেৱ খান যি লেখি তাৰ জবাব ভেলাই ও শত্ৰুমন ও জয়ানন্দ এসকল সমুচি এক ৰাখিবা। এমও হৈলে কোনো কাৰ্য্য কাম নাহি ৰহে। ইতে শক ১৫৫২, মাস শ্ৰাবণ, তেৰিখ ৭। ঙিন চিঠি কৰি গলত সন্দেশ দিচিল। হস্তি ও ৪, কিমি ২, ঢৰা ৩, পালেঙ্গ পোচ , ভুৱাকাঠ ২ সে, মৰিচ ৬০ সে, কালিয়া চামৰ ২, কস্তুৰি ১, সোনোৱালি কটাৰি২ খুন, পুয়ালি ৪, মহমুড়ি ১০ ধান। সেই সময়তে আমাৰ দুই কটকি চাহবুৰুজৰ ওচৰতে হৈচিল। চাউল ২০ মোন, মচুৰ ৫ মোন, মুগ ২ মোন, মাহ ৩ মোন, খিউ ১০ সে, জালুক ২ চক, লোন ২ মোন, পান ২ পাতি, টাটল ২ পাচি, আদা ৪ চক, মাছ ২০, তেল ৪ কলহ, চিনি ৬ সে, লাহি ২টা, গুড় ও কলহ এইপে নোঙ্গ দিচিল।