পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম অকোন সাহাৰ্য কৰিয়া লোৰে থাকে আমিতেলি; গৰি বাৰিৰ পৰা আপৰ নিসান ঘচিল ভেজিয়া কৰৈ বাড়িৰে পঠায় দিলাম। তাৰে চন্দ্ৰনাৰাণ নিমকহাৰাখি তোমাৰ দৃষখাতে গৈ সে লেওৰ তোমাৰে হাৰামখোৰ আৰ তুমিও সাহায্যতা সে, পানি আমিয়ো ফেৰ শ্লাঘা নাহি কৰে। এখন সে দাচুচক তোষ। ধৰিয়া দেই তবে উভয় পক্ষেত পৃত কড়াৰ কিঞ্চি কমি নাহবেক; আৰ লেঙ্গাকে পোলোঙ্গাকে দুই জনক তোমাৰ সাতে কুশলাদি সমাচাৰ সমেত গতায়াতেত ও গয়ৰহ পৃত জাহিৰ ৰহে। অধিক কি লেখিম; ইসকল পৃত আপোনে বঢ়াইচ; যা তো পৃত বহে সে কৰিবেন। যে জোমো সাউদ টোলে ফৰোক্ত জবাব চতাপ পঠাইবেক। ঘি কাৰ্যত জিয়ান নহয়। ইতি জিলকাজ সন ১৫৫২; ফাগুন ২২। সন্দেশ, তৱে ৭, সফেদ কাঠ ৮ সে, লাল ১, চড়োয় সোলাৰ চিচাৰ খোয়া খোয়া ২টা।” লেঙ্গা পোলোঙ্গা দুই উকিলক বড়ুয়া ধাৰানে তুলি, বটা বাহন দি আমাৰ উকিল সনাতম চলাৰ কানু ২ কটকিক ৩ আজ্ঞা পত্ৰ সন্দেশ সহিতে পঠাই দিলে। পত্ৰ এই স্বস্তি প্ৰবলাষিপ গহন দহনৈক দাবানল প্ৰজ্জ্বলিত দিল্কামিনি ৰূদনমশুল গীয়মান যস সন্তান শ্ৰীযুত আহলয়াৰ খা নবাব সচ্ছৰিৱেষু। পৰম পৃত পূৰ্বক লেখনং কাৰ্যঞ্চ তোমাৰ পত্ৰ সমেত জি দুই জন মনুষ্য পঠাইচিল, সে আসি পহচিলা। তানাৰ মুখে শুনিয়া পৰম আনন্দ হৈতেছে। তোমাৰ এমও বুলিবাৰ উচিত ন হয়। তুমি যে বুলিচ চাষাণ হাৰাম মোৰ তাক ধৰিয়া দে—তবে উভয় পক্ষত পৃত কড়াৰ কমি না হৈবে। আৰ যে সময় চায়াকুৰ্ম্মা সমেত তোমাৰ ঠাই ভাগিতেছিল, তখন তোমাৰে পূৰ্ব পূৰ্ণ ঈমৰাও সকল এমত কৈল কিস নাকলি। বড় লোৰ সৰগাতক মে