পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-খুৰী কলিয়া বৰক নিলে। তাৰ পছে ৰামসিং হাজো পালেহি। মাখন ঠাই উঠি পূজা সেৱা কৰি ব্ৰাহ্মন সেবাত লোক সকলক দান দক্ষিনা কৰি তাৰ পৰা কুলি হাতিৰ বালিত বহি হি। পাছ দি তাৰ পৰা আগিয়া তুটিৰ পোনে, লুইতৰ কোখে, সৰাইৰ সমুখে কাড় গুলিয়ে নপোৱা ঠাইত তামি ঘৰা বান্ধি ৰহিল। আত পাছে জিন্দ্ৰ চক্ৰবৰ্তি ফুকনক নিৰ্মালি দি গুৱাহাটিতে আছে। হেৰো বড়িয়া ঠাকুৰিয়া বাৰ্তা জানিবৰ নিমিত্তে আহিছে; আমাৰ ফুৰা মানুহে পাই, ধৰি আনি ফুকনৰ আগকৈ দিলে; পাছে ফুকনে তাত সুধিলে। ৰামসিংঘ মাধৱৰ ঠাইত উঠিচিল কিবুলি আহিল ই কি জানে। সি বোলে বিস্তৰ বস্তু দ্ৰব্য দি সেয়া সেয়া কৰি আহিল। আকৌ ফুকনে তাক বটা এজুৰি দি বোলে। ভালপে বাৰ্তা লৈ জনাবি। চৈত্ৰ মাসত দৈৱকীনন্দন। প্ৰবেশিল হি. শক ১৫৯। মামসিংহ দৈকি নন্দনক কোলে এখন কগৈ আমাক গুৱাহাটি চাড়ি দিয়োক, গো ব্ৰাহ্মন কুশলে ৰহোক। এই কথা ফুকনে শুনি দকি নদনৰ লগত নিমকে, ৰমণকে পঠাই দিলে; সিহঁতে গৈ ৰামসিংঘ কথা বাৰ্তা কলে। ৰামসিংঘে খাটৰ তলত পানি কৰি যন্ত্ৰ কৰি কাঠৰ চৰাই মেলিছিল; দিখৌ মুখিয়া ৰামচৰনে সঘনে চাই; ৰাম সিংঘে বোলে কি লাগে খোজ মই দিঞে; ৰামচৰমে বোলে ইয়াৰে চৰাই দুটিমান সিঠাইত দেখাবলৈ পালে ভাল। এবুলি খুজিলত দিলে; সেই চৰাই ফুকনৰ আগত মেলিঙ্গে। পাচে খকৈ ৰামচনক লোৱ লগালে। নিমে বোলে এনে মানুহেৰে বিদেশক নগৈ। আত পচে ৰামসিংঘৰে, খচিত থাৰে প্ৰিতি নাই। ৰামসিংঘৰ নহত বজাই; ৰচিত কাৰো নহ্মত বজাই; ৰামসিংবে বচিতক বোলে সি নম্বত বজাৰ পাইনিকি। যচিৎ। বোলে পাখা তোকে বজাৰ দিছে। মোক দিয়ে ইয়াত তেওঁ বং কৰিব নাপাই। একদিন। প্ৰতি ৰচিৎ। চুক্তি বজাই, গিত গাই