পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উঠি চালে, সোক কোঠ সোমাই কাটিনে; পজিয়া বড়বড় সকলে পড়ি; কলণু ৰাখোৱ পড়িল। ফল খোৱাৰ হালখিল্লা ঠো ৰাজখোৱা গৰাৰ ভিতৰ সোমাই মৃত্যু আছিল; লিগিৰা লৰা বলি নেদেখি মাতিলে দেৱ ৰঙালে গল উঠা। কঙালে মাত সুনি পেদি আহি লিগিৰ সহিতে ৰাজখোয়াকো কাটিলে। তথাপি মহাৰাজাক ভয়ে, ফুকন বোৰে বেড়িলে, দুই মাস জুজিলে; কাৰ্তিকৰ সোল দিন জাওঁতে গুৱাহাটি মাৰি আহোমে ললে। 'এত বঙাল আচিল সমন্তে কাটিলে; গুৱাহাটি এড়ি বঙাল ভাগি পাল। হাতি, ঘোড়, হিলৈ টকা যি কিছু পাচ্চাৰ ভৰালত আৰ্টি সকল পালে ১৫৯০। আৰু চৈয়দ পিৰোজ খ। নবাব, গুৱাহাটিৰ কোঠ। চৈয়দ চালা সৰ্দাৰ এই দুই, লোক সহিতে মানাহাৰ মুখত কোঠ দি বহিল। তাক আহমে খেদি গৈ মানা- হাৰ মুখত ভেটি ধৰি আনিলে। মিৰ কাৰ্য্যিকে আনিলে। চৈয়দ পিৰোৰ যেটা পাহৰ ৰ। আৰু চৈয়দ হুচেন এই দুই পলাই গৈল, কতো বোৰক কাটিলে আৰুবোৰ গড়গঞলৈ আনিলে গৰু মিৰ্জামুলাৰ লগত জি কিছু লোক গৈছিল তাকে। পাই আনিল। তাত পাছে বড়গোহাঞি, বুঢ়াগোহাঞি, বড়ফুকন প্ৰমুক্ষে যত ফুকন আচিল সমস্তবে সমালোচন কৰি মহাৰাজ চক্ৰবজৰ আজ্ঞাই বিকৰ্মে নিৰ্মিত হেন গঢ় বাঁধিলে। বড়ফুকনেও নিস্থে অচি হৈ বহিল। শক ১৫৯১ মাস ৬।