পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যাচে এটি কি তোলাই মুৈদ পিনে। এবাৰ হৈ চৈয়দ আফন কটকিক পত্ৰ সন্দেশ দি পঠাই দিলে; মাজাত তিনি লাখ টাকা নয়ৈ হাতি খুজি অধিক গৰ্ব ৰচল বুলিলে। এই কথা মহাৰাজা সুনি ক্ৰোধ কৰি বচন বুলিলে। বঙালৰ অধিন হৈ থাকিলে মৰণহে উচিৎ! এই বুলি কটকিক ৰাখিলে। পাছে মহাৰাজ্জা পাল মন্ত্ৰি সহিতে আলচ কৰি বঙালক ধৰিবলৈ মন কৰিলে। সেই বেলা বড়বড় আৰ পুতেক লাচিতক বড়ফুকন পাতিলে। সেইবেলা বহগড়িয়া গোহাঞি বুলিলে, শাছিত বৰফুকন। সকল দিন স্বতন্ত্ৰ জা বঙালৰ আইচটি সহি নোৱাৰি, দেৱতাই উত্তম বুলিছে। পাৰিতপক্ষে জেন আজি খৰিম। ৰাজকো আহিলা পাতি জোড়াই দিব লাগে; সিদো আহিলা পাতি মাৰিলে আৰু বাৰ দিব লাগে। এইকপে বাৰম্বাৰ দিব লাগে। এতেকে আহিলা পাতি হব লাগে। মানুহ চড়া নাৱত উঠিক। আগৰ বৈচা, মাঝৰ বৈচা, পাচৰ বৈচাৰে তিনিবো একেবাৰে চাব পড়িলে, দেখিবলৈও ভাল, বাওঁতায়ো উৎচাহ পাই। নায়ো চলে। কাৰিয়ে দি চল পাই। আগৰ মাঝৰ, পাচৰ তিনিয়ে তিনি চাষ যদি হল, কঢ়াৰিয়ো দি চল নাপাই, নাৱে চলে। দেখোতায়ো ভাল নেদেখে। চৰা পোৱালি তোলে, ঠোঠত ধৰি উকাই চাই; পাখি অদি গজিল, উড়িব যদি পাড়িলে, মাইকিৰ লগত চৰি বুলি আহি বাস লয়হি। পাখি যদি সমান হল, মাইকি আধাৰ দিব নোৱৰি উড়ুয়াই নিয়ে। এক উড়ান দি পৰেগৈ দুনাই বাস নাপাই বি; কোনো সিয়াল কুকুৰে খাই, নাই মানুহে ধৰি নিয়ে দোয়া বাহ নাপাই; কুমাৰে চৰু বেচে, পাইকে হাতত লৈ বজাই চাই, যদি হাতত বাজিল চাবিকড়া কড়িকো দিয়ে, চৰু কে নিয়ে। সেই যদি হাতত আবাজে নিয়েনিকি। গোহা এই পে কত লেইবেলা তাম দলৈ মহাৰাজা সুধিলে বোল আহিল পাতি কি আছে।