পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পায়ে মিৰ্জলা চপাতলি তিপামক গল। সেইবো বুড়া টিপামত মিশা। গগাহাঞি লোজম সহিতে আগ ভেটি যুদ্ধ দিলে। বলে নোৱাৰি ভাগিল; আনো লোক বিশুৰ অৱনত বৰিল। দিহিঙিয়া লুপুৰি চেটিয়াক, দয়ন্সিয়া বড় গগাহাঞিৰু আপোনাৰ লোকে ধৰি দিলে। পাটে নেওগৰ পুতেক ফুকনে লাল খাৰে প্ৰিতি হল। সেইবেলা বেঞ্জদলৈৰ পুতেকে নেওগৰ পুতেকে দন্দ কৰিলে। পাচে নেওগৰ পুতেকে ৰজাত লগালে। ৰজা বেদলৈৰ পুতেকক কাটিলে। সেইবেলা বড়চেটিয়া মৰঙ্গিত থাকি বঙালক গা দি কাটিছিল। পাছে মৰঙ্গিয়ালে বড়চেটিয়াৰ মদিৰ বুধ। বস্তু জাত লুৰিলৈ ধৰিব খুজিলে; পাছে বড়চেটিয়া উপায়কৈ এড়াই বচাৰিলৈ ভাগিল; সক ১৫৮৪। আহোমৰে বল খিন হল যুদ্ধ এড়িলে; হাতিচলা বড়িতলা পৰ্যন্তে ঢেকেৰি আচিল তাক ৰাজা কাটিলে। ৰঙালৰ লগ লবৰ দেখি জি কিছু টেকেৰি পালে বঙালে আনিলে। আৰু বিস্তৰ লোক মহাৰাজাক এড়ি জনক বৰিবলৈ মন কৰিলে; পাছে মহাৰাজা এই কথা জানি তিনিজনা ডাঙ্গৰিয়াৰে আলচ কৰি ৰাজ্যৰক্ষা কৰিবৰ নিমিত্তে চুলতান্ চান্দ্ৰাই, মনু, চতুৰ্ভুজ, কাকতি এই চাৰি পঠাই নবাব খানখানা, দুলাল খাঁ, ৰচিত খাঁ, এই সকলেৰে কথা বাৰ্তা হই তিনলাখ টাকা নিবন্ধ কৰিলে; মিৰজুমলাৰ লগত আৰু আপোনাৰ জিয়েক পাচ্চাজাদালৈ দিলে; সন্ধি। গাভৰুৰ লগত অলঙ্কাৰ সহিতে মোন বিশ হাজাৰ, কপ ঠ কুৰি হাজাৰ, বিস হাতি আৰু বড় গোহাঞি, বুড়া গগাহাঞি, বড়পাত্ৰ গোহাই, নেওগ গগাহাঞি এই সকলৰ পুঞ্জকে। ও দিলে। আৰু পাচত দিবলৈ থাকিল তিনি লাখ টকা, নয়ৈ হাতি। আৰু প্ৰতি বৎসৰে বিস হাতি নিবন্ধ কৰিলে। আৰু