পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bry পুৰণি অসম-খুৰী যা অহয়, সাক্ষাত মহাদেৱ; মোমাইতামুলি বয়া নহয়, সাক্ষাত ননি। এই দুই থাকে মানে সি ৰাজ্যলৈ মুখ কৰিব নোৱাৰি। পাচে আলিআৰ খাএ ভেলাইৰ হাতত কচি গুটিয়া মুকুতা এবাৰ দিলে। দুঅৰিয়া বোলে ইয়াক কিয় দিছে; নবাবে বলে জাক দি হাতি পহিতে আমিবী; সেই মুকুতা বজাক দেখালে। ৰজাবোলে কিয় দিছে; ভেলাইয়ে বোলে ইয়াকে দি হাতি মাগিছে। ৰজাবোল বআৰু দেখোৱা আচে নাই; সি বোলে দেখোৱা নাই; বাজা বোলে ফুকনৰ হাততে দিবি নি। ফুকনে জি বলে তাকে কৰিবি। এই কথা ফুকনে আগৈ সুনিলে। পাচে ভেলাই গৈ শনি দেখালে। কথাবাৰ্তাকে কলে; ফুকনে শংকৈ ভেলাইক বাৰে কুড়ি কিল মাৰিলে। লগতে বেজ চাবলৈ দিলে; পাঁচ দিনৰ মূৰত ভেলাই ভাল হল। ফুকনে বোলে মনি ওলোটাই দিবি নি; সি সোধ হতে কবি ভাঙ্গৰিয়াৰ লৰাৰ ভৰিত, সোনেৰে জি মুকুতা পিন্ধাইচে তাতকৈ গুল পানিৱো নাই। মুকুতাও সৰু এতেকে নেদেখালো আৰু স্বৰ্গ মহাৰাজাৰ দেশত হাতি ধৰে। কোনো দেশত ভাল হাতি পালে কিনিয়ো আনে। নাৱত হাতি তোলে, নাৱ যিমান বহে, তাতে চিন দি, সেই প্ৰমানে ধন দমাই পালে এনে মূল্যে কিনে। আলিয়াৰ খাত এইৰূপে কবি; এই বুলি পঠালে। ভেলায় এইৰূপে কত নবাবে বলে সকল কথা বুজিলো; সক ১৫৬০, ৯ম ৪। সেই দিনৰ পৰা ভগনিয়া ৰজাৰ দিনলৈকে পুতিতে ৰহিচিল।