সমললৈ যাওক

পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ্পণ কল্যাণীয় শ্রীমান হেড়ম্বকুমাৰ দাপৰ হাতত । বাবুলী, তাহানি ডিব্ৰুগড়ত থকা কালডোখৰত নিশা পঢ়ি-শুনি উঠাৰ পিচত সাধুকথা কবলৈ তৰণি নাইকীয়া কৰিছিল৷ এদিন তুমিয়েই আটাইতকৈ বেচিকৈ । সেই সুমধুৰ স্মৃতি সজাগ কৰিয়েই আজি ‘পাৰ্ছিয়ুছক’ তোমাৰ হাতত অৰ্পণ কৰিলোঁ। দুখীয়া সৰু মামাৰাৰ ইয়াকে বহুমূলীয়া উপহাৰ বুলি সাদৰেৰে গ্ৰহণ কৰিবা । নগাওঁ (আনাম) ফৌজদাৰী পট্টী । ২২ ভাদ, ১৮৫৯ শক । } তোমাৰ মঙ্গলাকাঙ্ক্ষী, শ্রীলক্ষ্মীনাৰায়ণ দাশ ৷