পৃষ্ঠা:পাপৰি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অৰ্পণ

শ্ৰীযুত আনন্দচন্দ্ৰ বৰুৱা

“বকুলবন”, ডিহা,

যোৰহাট।

বৰুৱা,

তোৰ অত্যাচাৰতেই “পাপৰি”ৰ জন্ম। আৰু আমনি কৰ

বুলিয়েই তোৰেই হাতত “পাপৰি” দিলো।
পাহিতে সৌন্দৰ্য্য থাকি আহিল –
সৌৰভতো নায়েই৷

যোৰহাট
১৮৫৬ শক।

}

তোৰ—
-গণেশ-।