পৃষ্ঠা:পাপৰি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৬৩)

খায়ামৰ কথা সখি তুমিওতো শুনিছিলা
 তুমিওতো বুজিছিলা ‘হাফিজৰ সুৰ',
তোমাৰ ওঁঠতো আছে ‘আঙুৰৰ ৰঙা ৰস’
 কিয় তেনে অতীতক নকৰিবা দূৰ?