এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
উত্তৰমালা।
১ উদাহৰণ।( ৫ পিঠি )
১।৫০, ৮০, ৯০, ১০০, ২০, ৪০, ৬৪, ৫২, ৭৯, ৮৭, ৭০, ৮৮, ৯৬, ৩১৮,
২৯৮, ৭৫০, ৮৩২, ৭৬৩, ৪২৮, ৬৬৬, ১০০৬ 8547, ৬০১৯, ৭৫৪৯, ১৯৯৯,
2 | ৩০ ত্ৰিশ্; ৩০০ তিনিশ;
৩। এশ লিখাত ২ দুটা আৰু এহেজাৰ লিখাত ও তিনিটা।
৪। ১০ দহে এশ আৰু ১০ শই এহেজাৰ।
৫। ১৫০০; ১৫০; ১৫।
৬। ৬০০ ছশ।
৭।৮৫০০ আঠ হেজাৰ ৫শ।
৮।(১) দুশ আঁঠ; তিনিশ তিনি; সাতশ পাঁচ; নশ এক; এশ ছয়।
(২) চাৰিশ পঞ্চাশ; সাতশ আশী; ছয় সত্তৰ; পাঁচশ ষাঠি; এশ বিশ্; দুশ।
(৩) আঁঠশ সত্তৰ; সাতশ ষাঠি; ছশ পঞ্চাশ্; পাচশ চল্লিশ্; চাৰিশ ত্ৰিশ; তিনিশ বিশ্।
(৪) পাঁচশ পাঁচপন্ন; চাৰিশ চৌৱাল্লিশ্; দুশ বাইশ্। এশ এঘাৰ; সাতশ সাতসত্তৰ; নশ নিৰানবৈ।
(৫) আঁঠশ আশী; সাতশ সত্তৰ; ছশ ষাঠি; পাঁছশ পঞ্চাশ; চাৰিশ
চল্লিশ; তিনিশ ত্ৰিশ্।