অষ্টম অধ্যায়। উদাহৰণ । ১৭৷৷৩/৮ ১৭/ ৮০ bd sh ৮৷১৮দ উত্তৰ । মিশ্র বিয়োগ ৷ কড়াৰ পৰা bh/9h কড়া বিয়োগ কৰা । অমিশ্ৰ বিয়োগৰ দৰে জমা ৰাশিৰ তলত খৰছৰ ৰাশি বহুৱাই জমা ৰাশিৰ বেলেগ বেলেগ শ্ৰেণীৰ অঙ্কৰ পৰা সেই সেই শ্ৰেণীৰ অঙ্ক বিয়োগ কৰা । দুকড়া তিনি কড়াত্ কৈ কম, সেই কাৰণে ৮ গণ্ডাৰ পৰা ১ গণ্ডা নি ইয়াৰ লগত যোগ কৰা । যোগ কৰিলত ১ গণ্ডা আৰু " ছড়াই লগলাগি ছয় কড়া হল । এই ছয় কড়াৰ পৰা ৩ কড়া বাদ দিলে ৩ কড়া থাকে, ৮ গণ্ডাৰ পৰা ১ গণ্ডা নিয়াত ৭ গণ্ডা থাকিল । ৭ গণ্ডাৰ পৰা গণ্ডা বিয়োগ নেযায় কাৰণে ৩ পোনৰ ১ পোণ নি যোগ করাত ২৭ গণ্ডা হল। তিনি পোনৰ কৰিলে ১৮ গণ্ডা থাকে। ২৭ গণ্ডাৰ পৰা ৯ গণ্ডা বিয়োগ ১ পোন নিয়াত ২ পোন থাকিল, ২ পোনৰ পৰা ২ পোন নিলে একো নে- থাকে । দুই চোকৰ পৰা তিনি চোক বাদ নেযায় গতিকে এটকা নি ছন্ন চোক কৰা । ৬ চোকৰ পৰা ৩ চোক বাদ দিলে পৰা ৮৭ টকা বাদ দিলে চটকা থাকে। ১৮ গণ্ডা আৰু ৩ কড়া উত্তৰ হল । ও চোক আৰু ১৬ টকাৰ টক', ৩ চোক এতেকে চ ২৫ উদাহৰণ বিয়োগ ফল উলিৱা— 190-323 84)— ৫! ; 2101/-21; 03-243; ৩। ১৫/১০ পাই – ১২/৭ পাই ;
পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৮৪
অৱয়ব