সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭
লঘুকৰণ ।


(৩) ৬৫০ পয়চা; ৭২০ দুৱানী; ৭৪০ ডবল পয়চা
(৪) ৪৫০ সিকি;  ৭২২ আধলি।

 ১৪।এখন ডাক টিকটৰ দাম দুপয়চা হলে ২১৬ খন ডাক টিকটৰ দাম কিমান?

 ১৫। প্ৰতি লৰাক ৵৹ অনাকৈ দিলে ২৩৭ টা লৰাই কিমান পাব?