সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
পাটীগণিত ।


৩। পয়চালৈ নিয়া :-

(১) ৫৲ টকা; ১৩ টকা; ৮২ টকা।
(২) ১৩৸৴ অনা; ১২ অনা; ট. ১৪৸৵৯ পাই।
(৩) ট. ৮৸৴ অনা; ট. ১৫৸৶১০ গণ্ডা; ট. ২০॥৶১৫ গণ্ডা।

৪। পাইলৈ নিয়া :-

(১) ট. ১॥৵১১ পাই; ট.২৵২ পাই; ট. ৫।৴ ৫ পাই।
(২) ট. ৭৷৶১০ পাই;১৫৸৵৮ পাই; ট. ১২৸৴৭ পাই।
(৩) ট. ১৪৸৵৮ পাই;ট. ১০॥৵১০ পাই; ট. ৭৷৶৭ পাই।

৫। এটকাত কিমান সিকি, কিমান অনা, কিমান পয়চা আৰু কিমান গণ্ডা? ৬। এপয়চাত কিমান গণ্ডা আৰু কিমান পাই?
৭।এক অনাত কিমান পয়চা, কিমান গণ্ডা আৰু কিমান পাই?
৮। এসিকিত কিমান পাই?
৯।এপয়চাত ৩টা তামোল পালে ২॥৴ অনাত কিমান তামোল পোৱা যাব?
১০। এটা ৰৌ মাছৰ দাম॥৵১০ গণ্ডা হলে ৪॥৴১০ গণ্ডাত কিমান ৰৌ মাছ পোৱা যাব?
১১। এখন পঢ়াশালীৰ প্ৰত্যেক লৰাই ৶৹ অনাকৈ দিয়াত ৮৸৴৹ অনা হল। পঢ়াশালীখনৰ ছাত্ৰ সংখ্যা কিমান?
১২। ৮৸৴১০ গণ্ডাত ডাক ঘৰৰ পোষ্ট কাৰ্ড কেইথন পোৱা যাব?

১৩। টকা অনা আদিলৈ নিয়া :-

(১) ৯৭৩ গণ্ডা;৭৩৫ পাই; ৮৪২ কড়া;
(২) ৭৩৩ অনা;১০০০ গণ্ডা; ১০০০ কড়া-