সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লঘুকণ । (২) উর্দ্ধগ লঘূকৰণ :— সৰু শ্ৰেণীৰ সংখ্যাক ডাঙৰ শ্ৰেণীৰ সংখ্যালৈ নিয়া প্ৰণালী ) উদাহৰণ । ৮৭৫ কড়াত কিমান টকা ? 81690 ২০:২১৮ গণ্ডা ৩ কড়া বাকী ১০ অনা— ১৮ গণ্ড', উত্তৰ ॥/১৮4 কড়া । ৮৭৫ কড়াক ৪ৰে ভাগ কৰাত ২১৮ গণ্ডা হৈ ৩ কড়া বাকী থাকিল, ২১৮ গণ্ডাক ২০ৰে ভাগ কৰাত ১০ অন৷ হৈ ১৮ গণ্ডা বাকী থাকিল ; এতেকে—১০ অনা ১৮ গণ্ডা ৩ কড়া উত্তৰ থিৰ হল । ২৩ উদাহৰণ । ১। উত্তৰ মুখে মুখে উলিৱা :— টকাত কিমান সিকি আৰু কিমান অন্য (১) ২ (2) টকাত কিমান পয়চা ৬৪ পচাত কিমান অনা ? (0)21 টকাত কিমান পাই ? ৩৮৪ পাইত কিমান টকা ? (8) টকাত কিমান গণ্ডা ? ৬৪০ গণ্ডাত কিমান টকা ? ৬৪০ কড়াত কিমান অনা ? 2 | (৫) ১ চোকত কিমান কড়া ? (৬) (১) চাৰে তিনি পচা আৰু আঢ়ৈ গণ্ডাত কিমান কড়া ? তলত দিয়া সংখ্যা বেবি কড়ালৈ নিয়া— ৮ টকা ; !!/ অনা ; / ১৭ গণ্ডা । (২) ১২ কাগুণ ; চাৰে চৌধ কাওণ । . (৩) ট. ১/৫ গণ্ডা ; ট. ৭/১৭ ॥ গণ্ডা । (৪) ট. ২৮/১২4 কড়া ; ট. ৩১১৫4 কড়া । (৫) ট. ১৩২/১৩৷ কড়া; ট. ১২৬১২ গণ্ডা ; ট. ১১০/১১০ ;