সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

13 ২য় উদাহৰণ ৷ ৪| ১৬ 8|8 অনা সিকি পাটীগণিত ৷ ৬৪ পয়চাত কিমান টকা ? ৪ পয়চা এক অনাৰ সমান হ'লে ৬৪ পয়চা ৬৪ + ৪ বা ১৬ অনাৰ সমান হব। আকৌ ৪ অনা এক সিকিৰ সমান হ'লে ১৬ অনা ১৬ + ৪ বা ৪ সিকি বা ১২ টকাৰ সমান । এনেকুৱা একেজাতিৰ এক শ্ৰেণীৰ সংখ্যাক আন শ্ৰেণীলৈ যি প্ৰণালীৰে নিয়া ছয়—তাক লঘুকৰণ বোলা যায় । ১ম উদাহৰণত—ডাঙৰ শ্ৰেণীৰ সংখ্যাক (টকাক) সৰু শ্ৰেণীৰ— সংখ্যালৈ (পয়চালৈ ) নিয়া হৈছে, এনে ধৰণৰ লকৰণক নিম্নগ লঘুকৰণ বোলে । ২য় উদাহৰণত সৰু শ্ৰেণীৰ সংখ্যাক ( পয়চাক ) ডাঙৰ শ্ৰেণীৰ সংখ্যালৈ ( টকালৈ ) নিয়া হৈছে—এনে ধৰণৰ লঘুকৰণক উৰ্দ্ধগ লঘুকৰণ বোলে । এতেকে লঘুকৰণ দুবিধ যেনে :— নিম্নগ আৰু উৰ্দ্ধগ । (১) নিম্নগ লকৰণ : – ( ডাঙৰ শ্ৰেণীৰ সংখ্যাক সক শ্ৰেণীৰ সংখ্যালৈ নিয়া প্ৰণালী ) উদাহৰণ। ট. ৮/১৬৷ কড়াত কিমান কড়া ? ১৬ ১২৮ १ ৮/১৬৷৷ ১৩৫ অনা २१00 ১৬ ২৭১৬ গণ্ডা 8 ১০৮৬৪ ১০৮৬৬ কড়া—উত্তৰ । ৮ টকাক ১৬বে পূৰ্ণ কৰিলে । ১২৮ অনা হয়, আগৰ ৭ অনাৰে সৈতে মোটতে ১৩৫ অনা হ'ল । ১৩৫ অনতি ১৩৫× ২০ বা ২৭০০ গণ্ডা, আগৰ ১৬ গণ্ডাৰে সৈতে মোটতে ২৭১৬ গণ্ডা হ'ল! ২৭১৬ গণ্ডাত ২৭১৬ × ৪ বা ১০৮৬৪ কড়া হ'ল, আগৰ ২ কড়াবে সৈতে মোটতে—১০৮৬৬ কড়া উত্তৰ ওলাল ।