এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কড়াকিয়া নেওতা । ৩য় উদাহৰণ । সাত পোন; দহ পোণ আৰু ১ কাওণ অঙ্কৰে লিখা :- উত্তৰ :/ ; }; ২২ উদাহৰণ । তলত দিয়া সংখ্যা বোৰ পঢ়া :- (5) (91; <al;
১৭ ; (2) (>1; <h3 √ ;
(3) ডে; <; 91; th; (১৪4 ; ২। গণ্ডাৰ আকাৰত লিখা :- 3 | (১) ১১, ১৩, ১৭ আৰু ৭৭ কড়া । (২) ৪৯, ৫৯, ৬৯ আৰু ৭৯ কড়া । অঙ্কেৰে লিখা :- (১) পোৱা পচা ; আধা পচা ; পোনে এপয়া । (২) ডেৰ পচা ; আঢ়ৈ পয়চা; পোনে দুই পচা । (৩) চাৰে তিনি পচা ; চাৰে চাৰি পচা । (৪) তিনি পোন; দুচোক তিনি পোন ; সাত অনা; এটকা ; ৪ । তলত দিয়া বোৰ পঢ়া :– ১/ : ndo ; le/১০ ; /১০ ; nels ; পঞ্চম পাঠ। লঘুকৰণ ১ম উদাহৰণ ৷ 31 টকাত কিমান পয়চ ? এটাকত ১৬ অনা হলে ২ টকাত ২x১৬ ১৬ বা ৩২ অনা হব। আকৌ এক অনাত ৪ পয়চা ৩২ অনা হলে ৩২ অনাত ৩২x ৪ বা ১২৮ পয়চা 8 ১২৮ পয়চা হব ।