সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ সিকি, ৪ আদমহীয়া বা ৮ অনাত— ২ আধলিত বা পাটীগণিত । } ১ আধলি ( ৰূপৰ ) No ১৬ অনাত } ... ...... ১ টকা—( ৰূপৰ ) : সময়ে সময়ে আধা পচাও ব্যৱহাৰ হয়। ই কেৱল আমাৰ দেশতহে নচলে। এই আধাপয়চা ১ টা সিৰি সমান কিন্তু তামৰ তৈয়াৰী । আজি কালি সকলো গৱৰ্ণমেণ্টৰ আপিচতে পাই বুলি এবিধ মুদ্রা চলে। ই.এটা পয়চাৰ তিনি অংশৰ এক অংশৰ সমান অর্থাৎ ১টা পয়চাত ৩ টা পাই থাকে। এতেকে ২ আধা পচাত বা ৩ পাইত ১ পয়া। ২০ উদাহৰণ ৷ ১। এটকা, এক আধলি, এক সিকি, আৰু এক আদমহীয়া অঙ্কেৰে লিখা । ২। চৌধ অনাত কেইটা সিকি আৰু কেইটা দুৱানী ( আদমহীয়া ) থাকে ? ৩। এটকাত কিমান চৰতীয়া ? 81 তলত দিয়া সংখ্যা বোৰ পঢ়া :– life, 4/0, 170, ndo, ১/৩, ১৯০, ১৮০ ২/৩, ৫ ন0 ; ৫। এটা হাহ কণিৰ দাম / অনা হলে ১৬ টাৰ দাম কিমান ? ৬। গাখীৰৰ সেৰে • অনা হলে ১` টকাত কেইসেৰ গাথীক পাব ? ৭। এডাল পেঞ্চিলৰ দাম ২ পয়চ। হলে ৮ ডালৰ দাম কিমান ?