বস্তুৰ অংশ । দ্বিতীয় পাঠ এটকাৰ পোৱা অংশক এসিকি, আধা অংশক আধলি আৰু পোণে অংশক পোণে এটকা বোলা যায় । সেই দৰে এটা সিকিক সমানে চাৰি ভাগ কৰিলে তাৰ প্ৰত্যেক অংশক (অর্থাৎ পোৱা অংশক ) এক অনা বোলা যায় । এই এক অনা /• এই দৰে এটা কটিয়া ৰেখাৰে লিখা যায় । ইয়াক পোণ আৰু চৰতীয়াও বোলে । ই টকা বা সিকিৰ দৰে ৰূপৰ নহয় । ই নিকেল বুলি এবিধ কম দামৰ ধাতুৰ তৈয়াৰী আৰু সেই কাৰণেই দেখাত সিতিকৈ সৰু নহয়। সেই দবেই—এটা সিৰি আধা অংশ দুট! চৰতায়া বা অনাৰ সমান আৰু পোণে অংশ তিনটা চৰ্তায়া বা অনাৰ সমান। এতিয়া দেখা গল যে, এটকাত ৪টা সিকি অৰু এসিতি ৪টা চৰতীয়া থাকে । এতেকে এটকাত অর্থাৎ ৪টা সিকিত ১৬ টা চৰতীয়া থাকে অর্থাৎ ১৬ অনাই এটকা হয়। এই দৰেই দেখা যায় যে, এক অনা বা চৰ্তীয়াৰ পোৱা অংশ ১ পরচাৰ সমান, আধা অংশ ২ পচাব আৰু পোণে এক অংশ ৩ পয়াৰ সমান । - পচা তামৰ তৈয়াৰী আৰু ১টা পয়চা এটা আধলিৰ সমান ডাঙৰ, কিন্তু তামৰ দাম ৰূপতকৈ কম কাৰণে এটা পয়চাৰ মূল্য এটা আধনিতকৈ বহুত কম । দেশী সাধাৰণ প্ৰচলিত মুদ্রা— ২ পয়চাত......১ ডবল পচা ( তামৰ ) ২ ডবল পচা ৪ পচাত ২ অনাত ...........১ আদমহীয়া ( ৰূপৰ ) ১ অনা বা চৰতীয়া ( নিকেলৰ ) Jo বা দুৱাণী ২ আদমহীয়াত বা চা'ৰ অনাত ১ সিকি ( ৰূপৰ ) ।
পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৭১
অৱয়ব