এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৪ পাটীগণিত । বোলা যায়। এই আধা ভাগ দুটা সিকি ভাগৰ সমান গতিকে এই দৰে দুটা থিয় আঁচ মাৰিলে আধা বা দুই সিকি বুজাব | আধা আলু (i) ১ টা আলু আধা আল (11) কোনো এটা গোটা বস্তুৰ পৰা তাৰ সিকি ভাগ এটা বাদ দিলে তিনিটা সিকি ভাগ থাকিব। এই তিনিটা সিকি ভাগক পোণে ( বা এসিকি কম ) এভাগ বোলা যায়। এই পোণে এভাগ তিনটা সিকি ভাগৰ সমষ্টি বুলি তিনিটা থিয় আঁচ (II) দিয়েই বুজাব পাৰি ; কিন্তু সুবিধাৰকাৰণে তিনিওটা আচ থিয়কৈ নেমাৰি এটা কটিয়া ৰেখাৰে থিয় আচ দুটা লগ লগাই ‘’ এই দৰে লিখা হয় । " পৌণে একটা আলু ১ টা আলু এতিয়া এটা গোটা আলুক ভাগ কৰাৰ দৰে ১টা টকা কাটি সমানে ৪ ভাগ আৰু দুভাগ কৰা বুলি মনতে ভাবা । আলুৰু দৰেই ইয়াতো