এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ষষ্ঠ অধ্যায় । ৪৩ । বস্তুৰ অংশ । প্রথম পাঠ কোনো এটা বস্তুক সমানে চাৰি ভাগ কৰিলে প্রত্যেক ভাগকে সেই বস্তুটোৰ সিকি ভাগ বা পোৱা ভাগ বোলা যায় । যেনে :—এটা আলুক সমানে চাৰি ভাগ কৰিলে প্রত্যেক ভাগকে আলুটোৰ সিকি ভাগ বা পোৱা ভাগ বোলে । এই সিকি ভাগ বুজাবলৈ ।' এই দৰে এটা থিয় আঁচ মাৰিব লাগে । সিকি আলু সিকি আলু (+) (1) ১ টা আলু সিকি আলু (i) দিকি আলু (I) কোনো এটা বস্তু সমানে দুভাগত ভগালে প্রত্যেক ভাগকে সেই বস্তুটোৰ আধা ভাগ বোলে । যেনে :—ওপত দিয়া আলুটো সমানে চাৰি ভাগ নকৰি দুভাগ কৰিলে প্রত্যেক ভাগকে সেই বস্তুটোৰ আধা