এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
পাটীগণিত ।
৮। ৪৫৮ ক ক্রমে ৮, ৭ আৰু ৯ৰে বেলেগে বেলেগে ভাগ কৰা ।
৯। ৫৮১ক ক্রমে ৫, ৬ আৰু ৭ৰে বেলেগে বেলেগে ভাগ কৰা ।
১০। ৭৫৩ক ৫৬ৰ গুণনীয়ক ৭ আৰু ৮ৰে হৰণ কৰি আচল ভাগফল আৰু ভাগশেষ থিৰ কৰা ।
১১। ৮৯৩ ক ১৯২ৰ গুণনীয়ক ৩, ৪ আৰু ১৬ৰে হবণ কৰি আচল বাকী উলিৱা ।
১২| ৭৪২ ক ৬৩ৰ গুণনীয়ক ৭ আৰু ৯ৰে ভাগ কৰি আচল ভাগশেষ উলিৱা ।
⸻