সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চুটি হৰণ । 22 | ৫৩২ ৮৭ৰে ; ২৩। ৪৬৭ক ৯৭ৰে ; 28 | ৫৩৬ক ৯৪বে ; ২৫। ৬৭৮ক ৮৭ৰে ; 89 ২৬। ৫৩৬টা আম ২৩ জন লৰাৰ মাজত ভগাই দিলে গাই পতি কেইটাকৈ পাব আৰু কিমান বাকী থাকিব ? ২৭; কৰ হাতত ৬৪৮ টকা ৰূপ আছে। এজনী গাই গৰুৰ দাম ২৪ টকা হলে তেওঁ সেই টকাৰে কেই জনী গাই গৰু কিনিব পাৰিব ? ২৮। প্রতি বাৰত ২৯ টাকৈ ৪২৯টা সুমথিৰা টেঙাৰ পৰা কেইবাৰ নিব পাৰি ? আৰু কেইটা টেঙা বাকী থাকিব ? ২৯ । ৩০ । ৬৩৯ৰ পৰা ৪২ কেইবাৰ বাদ দিব পাৰি ? ৩৭ক কেইবাৰ যোগ কৰিলে ১৮৫ হব ? ৩১ । ৪৩ক কিহেৰে পূৰণ কৰিলে ১৮৯ হব ? ৩২ । এটা ধেমাত ২৩ সেৰ গাখীৰ ধৰিলে ৮৯৭ সেৰ গাখীৰ ৰাখিবলৈ তেনেকুৱা কেইটা ধেমা লাগিব ? তৃতীয় পাঠ। চুটি হৰণ ৷ 80 1 ভাজক ৰাশিটো সৰু হলে ভাগ ফলটি ভাজ্যৰ সোঁহাতে নিলিখি 'নেওতাৰ সহায়েৰে মুখে মুখে ভাগ কৰি তলতো লিখিব পাৰি । যেনে :— ১ম উদাহৰণ :—(১) ৪৫৭ক ৪ৰে হৰণ কৰা 4 ] 457 ১১৪—১ বাকী (২) ৫৬৯ক ১৩ৰে হৰণ কৰা । ১৩ | ৫৬৯ ৪৩—১০ বাকী এনেকুৱা ভাগক হ্ৰস্বভাগ বা চুটিভাগ বোলা যায় । ৪১। ১০,২০,৩০.....১০০, ২০০, ৩০০০ এনেকুৱা সংখ্যাৰে হৰণ 1