সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাটীগণিত ৷ প্ৰত্যেকটোৰে সোঁহাতৰ পৰা দ্বিতীয় অঙ্কটিয়ে প্রকৃত মূল্যৰ দহগুণ আৰু তৃতীয়টিয়ে প্রকৃত মূল্যৰ ১০০ গুণ বুজাব ৷ যেনে ১২৫ এই অঙ্কটোত ৫এ তাৰ প্ৰকৃত মূল্য ৫কে বুজাইছে, ২এ ২দহ আৰু ১ এ ১শ বুজাইছে ৷ ইয়াব পৰা সহজে অনুমান কৰিব পাৰি যে দুই নাইবা সৰহ অঙ্ক ওচৰা ওচৰিকৈ বহি যি সংখ্যা কৰে সেই সংখ্যাৰ সোঁহাতৰ অঙ্কটোৰ পৰা আৰম্ভ কুৰি বাওঁফাললৈ অঙ্কবোৰৰ মূল্য ক্ৰমাৎ দহগুণকৈ বাঢ়ে। তলত দিয়াদবে ৪টা ঘৰ সাজি ১০০ৰ পৰা ১০০০লৈ সংখ্যাবোৰ লিখি যাব পাৰি ।

হেজাৰ দহ এক
০ এক
০ এশ এক
২ এশ দুই

> ° ০ এ ° G

এশ এক ° ২ এশ দুই ১০০টা গুটি × | ×] × ০ এশ দহ XX a O ° XX xox v ৯ এশ এঘাৰ x × ×, ০ পাঁচশ X X X 0 0 ১০টা গুটি ৬ XX C 0 xx oXXo X 0 শ ১টা গুটি মুঠ—১১১টা গুটি XX 0 • X X X X X X o ন X X X ৯ নশ নিৰানবৈ ০ এহেজাৰ আৱশ্যক হলে ওপৰৰ চিত্ৰত দিয়াদৰে গুটি বা অইন কোনো বস্তুৰ ব্যৱহাৰ কৰিব পাৰি। কিন্তু গুটি বা কাঠিৰ সহায়েৰে ১০০লৈকে