সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূৰ্ণ ৷ ১৬ । এখনৰ কিতাপৰ পাত । ২৭ থিলা হলে এনে কুৱা ১০খন কিতাপৰ পাত কিমান ? ১৭। 5 এখন চাহ বাগিছাত ১৫ জন বব মহৰীয়ে কাম কৰে। প্ৰত্যেক বৰ মহৰি তলত ১০জনকৈ চৰ্দাৰ আৰু প্ৰত্যেক চৰ্দাৰৰ তলত ১০০ জনকৈ কুলি থাকিলে চাহ বাগিছা খনব কুলিৰ সংখ্যা কিমান ? পঞ্চম পাঠ। ৬০। গুণনীয়ক উলিয়াই পূৰণ কৰিবৰ প্ৰণালী । ৩৪ক ২৪ৰ গুণনীয়ক ৪ আৰু ৬ৰে পূৰণ কৰা । উদাহৰণ ৷ ১৩৬ 8 ভাগে ২৪ টাকৈ ৩৪ ভাগ গুটি লোৱা । এনেকুৱা প্রত্যেক ভাগকে সৰু সৰু ৪টা ভাগত ভাগ কৰা । এই সৰু ভাগ বিলাকৰ একোটাত ৬টাকৈ গুটি থাকিব আৰু এনেকুৱা সৰু ভাগ মোটতে ১৩৬টা অর্থাৎ ৩৪ ভাগৰ ৪ গুণ (৩৪X৪) হব । প্রত্যেকটি ভাগকে মোকলাই গুটি বোৰ এটি ৬ ৮১৬ এতিয়া এই ১৩৬টা ভাগৰ এটি কৰি চালে ৮১৬টা বা ১৩৬ৰ ৬ গুণ (১৩৬×৬) গুটি পোৱা যাব ৷ এতেকে দেখা গল যে ৩৪ক ২৪ৰে পূৰ্ণ কৰিলে (অর্থাৎ ২৪টীয়া ৩৪ ভাগক এটা এটা কৰি দেখুৱালে ) যি হব ৩৪ আৰু ৪ৰ পূৰ্ণ ফলক ৬ ৰে পূৰণ কৰিলেও সেয়েই হব । ৩১ । কোনো সংখ্যাক শূন্যান্ত সংখ্যাৰে পূৰ্ণ কৰিবৰ প্ৰণালী । উদা । ৪৭ ক ২০ৰে পূৰ্ণ কৰা । ৪৭ 20 ৯৪০ ২০=২×১০, অর্থাৎ ২০ৰ গুণনীয়ক ২ আৰু ১০ । এতেকে ৪৭ ক ২০ৰে পূৰ্ণ কৰা ফলুক ১০ৰে পূৰণ কৰাও তেনে। যেনে ৪৭ আৰু ২ৰ পূৰণ আমি জানো যে কোনো