পাটীগণিত । তৃতীয় পাঠ! ২৫। নেওঁ তাৰ সহায়েৰে ডাঙৰ ডাঙৰ পূৰ্ণ ৷ ১ম উদাহৰণ ৷ ৩২ক হৰে পূৰ্ণ কৰা । গুণ্যৰ একৰ অঙ্কৰ তলত যি সংখ্যাৰে পূৰ্ণ কৰিব লাগে সেই সংখ্যাটি বহুৱা । সংখ্যা দুটিৰ তলত আঁক এটা টানি তলত দিয়া নিয়মে পূৰণ কৰা । একব ঘৰৰ পৰা আৰম্ভ কৰি পূৰ্ণ কৰি যি ফল হয় আঁকৰ তলত বহুৱাই যোৱা । ২ক তৰে পূৰণ কৰিলে ৬ আৰু ৩ দহক তবে পূৰণ কৰিলে ৯ দহ বা ৯০ হয়। ৯০ আৰু ৬ এ ৯৬। ২য় উদাহৰণ । ৪৮ ৪৮ ক ৮ৰে পূৰণ কৰা ( সোঁহাতৰ অৰ্থাৎ একৰ ঘৰৰ পৰা আৰম্ভ কৰি ) আঠ ৮ এ ৬৪, ৬৪ৰ ৪, হাতে ৬ এই বুলি ৪ক আঁকৰ তলত এককৰ ঘৰত বহুৱা আৰু ৬ক দহৰ ঘৰৰ অঙ্কৰ লগত যোগ দিবলৈ থোৱা । দহৰ কৰিলে ৩২ হয়। ফল ৩৮৪ হল । 15 ৩য় উদাহৰণ ৷ ৬৭ ১৪ ৯৩৮ ৩২ আৰু হাতৰ ৬এ ৩৮। ৬৭ক ১৪ৰে পূৰণ কৰা। ঘৰৰ অঙ্ক ৪ক চৰে পূৰ্ণ এইদৰে ৪৮ আৰু ৮ৰ গুণ ৭, ১৪ই ৯৮, ৯৮ ৰ ৮ আঁকৰ তলত একৰ ঘৰত বহুৱা। ছয় ১৪, ৮৪, ৮৪ৰ লগত ৯ যোগ কৰিলে ৯৩ হয়। ১৩ ক ৮ ৰ বাওঁ হাতে লিখাত গুণ ফল ১৩৮ হল। ১১ উদাহৰণ ৷ নেঁওতাৰ সহায়েৰে পূৰণ ফল উলিৱা :- C 20. २ 9 08 2 81 ৫৬ 5 | १७ -
পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৪৬
অৱয়ব