সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ পাটীগণিত ৷ যোগ কৰিলে ২১ হব । এই ৬ সংখ্যা দুটাৰ ওপৰত এককৰ ঘৰত ৰাখি ২১ৰ হাতৰ ২ৰ লগত আকৌ দহকৰ ঘৰৰ অঙ্ক যোগ কৰা । যেনে ২ অৰু ৩এ ৫, ৫ আৰু ৪এ ৯, এই ৯ৰ লগত ৯ যোগ কৰিলেহে ১৮ হ'ব। এই 0 ১৮ৰ ৮এই দহকৰ ঘৰত থকা ৮ । ৮ সংখ্যাটি উলিয়াবলৈ লব লগা হোৱা ৯ সংখ্যাটি আগৰ ৬ৰ শাৰীত দহৰ ঘৰত বহুৱা । এতিয়া হাতৰ ১ আৰু শৰ থৰব অঙ্ক ২ আৰু ৫ যোগ কৰি যোগফল ৯ হবলৈ লগা অঙ্ক ১ক সেই দৰেই শৰ ঘৰত বহুৱা । এইদৰে উলিয়াব লগা সংখ্যাটি ১৯৬ হল (উত্তৰ ) । ৩র উদাহণ । ৮৯৭ ৰ পৰা কিমান বাদ দিলে বিয়োগ ফল ৩৭১ আৰু ২৪৩ ৰ যোগফলৰ সমান হ'ব ? ২৮৩ ৮১৭ ৪র্থ উদাহৰণ ৷ ওপৰৰ দৰেই ৩ আৰু ১ এ ৪, ৪ আৰু ৩ এ ৭; ৪ আৰু ৭ এ ১১, ১১ আৰু ৮এ ১৯, হাতে ১; ১ আৰু ২ এ ৩, ৩ আৰু ৩ এ ৬, ৬ আৰু ২ এ৮। এতেকে উলিয়াব লগা সংখ্যা ২৮০ উত্তৰ । এজন বিলনীয়াই এটা খৰাহীত ৫০ টা মিথৈ আনি হুৰিক ১২টা, মধুক ১৫টা আৰু যদুক ২১টা দিলে । বিলাবলৈ নোজোৰা যেন দেখি পাচত আকৌ ২২টা মিথৈ আনিলেগৈ । সৰ্ব্ব মোটে তাৰ খৰাহীত কিমান মিথৈ বল ? ইয়াত ৫০ আৰু ২২ জমা বা যোগ সংখ্যা আৰু ১২, ১৫, আৰু ২১ খচ বা বিয়োগ সংখ্যা । তেনেহলে ৰাশি কেইটা এইদৰে পাতিব পাৰি :- ৫০–১২–১৫-21+22 যোগ সংখ্যাৰ মুঠ = 50+22 ==१২ বিয়োগ সংখ্যাৰ মুঠ =১২+১৫+২১ = ৪৮ এতেকে উলিয়াব লগা উত্তৰ = ৭২ – ৪৮ =24