সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অমিশ্ৰ বিয়োগ।

১০। ৮ ৪ ৫ ১১। ৭ ৪ ৫ ১২। ৬ ৩ ৭ ১৩। ৯২১
৫ ৯ ৬ ৭ ৯ ৬ ৩ ৭ ৮ ৫ ৭ ৮
১৪। ৯ ৮ ৯ ১৫। ৯০৯ ১৬। ৯ ৫ ৬ ১৭। ১ ০ ০ ১
৭ ৯ ১ ৭ ৯ ০ ৭ ৯ ৭ ৮ ২ ৯
১৮। ১০০০ ১৯। ১ ০ ১ ০ ২০। ৫ ৪ ৩ ২
8 ৯ ১ ১ ১ ০ ২ ৩ ৫ ২
২১। ৭ ৫ ২ ৪ ২২। ৬ ৭ ০ ০ ২৩। ৫ ০ ৬ ০
৬ ৯ ২ ৩ ৪ ০ ৮ ০ ৪ ৩ ২ ০
২৪। ৭ ৫ ২ ৪ ২২। ৬ ৭ ০ ০ ২৩। ৫ ০ ৬ ০
২ ৩ ৩ ৯ ৪ ৫ ৯ ৫ ৪ ০ ০ ৯

 ২৭। ৪টা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটিৰ পৰা আটাইতকৈ সৰু সংখ্যাটি বিয়োগ কৰা।

২৮। ৪টা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটিৰ পৰা কিমান বাদ দিলে ৩ টা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটি ওলাব?

২৯।৮৭৯ ৰ'লগন্ড কিমান যোগ দিলে ৪ টা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটি ওলাব?

৩০।এজন মানুহ ১৭২৬ খৃষ্টাব্দত উপজি ১৯২০ চনত মৰিল। তেও কিমান দিন জীয়াই আছিল?

৩১। এজন মানুহৰ বছেৰেকীয়া আয় ৫১৬৩ টকা আৰু তেও ৰ বছৰত খৰছ হয় ৪০৫৩ টকা। তেওঁৰ কিমান টকা জমা থাকে?

৩২। এখনি ফুলনি বাৰীত ৪৫১ জোপা ফুলগছ আছিল। তাৰে