সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2 অমিশ্র যোগ । ১৫ আৰু ১) একেলগ কৰাত ৬টা এশডলীয়া আটি হল। এতেকে আমি এতিয়া ৬টা এশডলীয়া আটি, ৩টা দণ্ডলীরা আটি আৰু ৬ ডাল কাঠি পালোঁ । ৬ উদাহৰণ।—৪২০, ৪০৫, ৩১৫, আৰু ৬৮ গোটালে কিমান হ'ব ? সংখ্যাবোৰ’এটিৰ তলত আনটি এনে দৰে শাৰী পাতি রাখা যেন একৰ ভলত এক, দহৰ তলত হেজাব শ । দঃ এঃ B 8 G २ S ° ° C ৫ দহ, শৰ তলত শৰ ডাঙ্ক বহে। আটাই কেইটা সংখ্যাৰ তলত এট আঁচ মাৰি যোগ কৰা । ৫ আৰু ৫এ ১০ ১০ আৰু ৮এ ১৮; ১৮ ব ৮ হাতে ১ দহ । ১ দহ শ‍ই ৪ শ, আৰু ৬ দহে ৭ দহ, ৭ দহ আৰু ১ দহে ৮ দহ, ৮ দহ আৰু ২ দহে ১০ দহ ; ১০ দহৰ ০ শূন্য (দশৰ ঘৰত) হাতে ১ শ । ১শ আৰু ৩ ও শ আৰু ৪ শ‍ই ৮ শ, ৮শ আৰু ৪ শ‍ই ১২ শ, ১২ শৱ ২ (শৰ ঘৰত) হাতে ১ হেজাৰ। এই ১ হেজাৰ হেজাৰৰ ঘৰত ৰহিল। এতেকে উত্তৰ ১২০৮। ৭ম উদাহৰণ। হলিয়ে ৩০০০ টকাত এটা হাতী কিনি ৫৬০ টকা লাভলৈ যাদৱক বেচিলে। যাদৱে আকৌ ৬০০ টকা বেচিকৈ লৈ সেই হাতী মাধৱক বেচিলে ! মাধৱে কিনোতে যাদৱৰ মাউতকো ৫ টকা বক্‌চিচ্ দিবলগা হ'লে মাধৱে সেই হাতী কিমান টকাত কিনিছিল ? 'হেজাৰ শ দহ এক 000 ° 0 ৬ হেজাৰ | শঃ দঃ এঃ G 8 .c O হলিয়ে কিনা দাম হলিৰ লাভ টকা যাদবে দিয়া দग ০ যদিৱে কিনা দাম • যদিৱৰ লাভ ৫ মাউতক দিয়া ধন । ১। ৬। ৫ টকা মাধৱে কিনা দাম । এতেকে উত্তৰ ৪১৬৫ টকা ।