পাটীগণিত ৷ ৪র্থ উদাহৰণ । ৬৮ আৰু ৫৭ এ কিমান ? গতিকে তলত দিয়াদবে ৬৮ এ ৬ দহ ৮ আৰু ৫৭ এ ৫ দহ ৭ হয়। একক আৰু দশকৰ ঘৰ পাতি এটা সংখ্যাৰ তলত আনটি সংখ্যাৰ অঙ্ক ক্ৰমাৎ বহুৱা ।
| দহ | এক |
| ৬ | ৮ |
| ৫ | ৭ |
| ১২ | ৫ |
এককত ঘৰৰ অঙ্ক ৭ আৰু ৮ যোগ কৰাত ১৫ হ'ল । ১৫ ই ১ দহ ৫ হয় কাৰণে ৫ এককৰ ঘৰত বহুৱাই ১ক দহৰ ঘৰৰ অঙ্কৰ লগত যৌগ কৰা । এই ১ আৰু দহৰ ঘৰৰ অঙ্ক ৫ আৰু ৬এ লগলাগি ১২ হ'ল । এতেকে উত্তৰ ১২ দহ ৫ বা ১২৫ ৷ ৫ম উদাহৰণ । এশ ডলীয়া আটি ৩টা, দহ ডলীয়া আটি ৪টা আৰু ৭ ডাল কাঠিৰ লগত এশ ডলীয়া আটি ২টা, দহ ডলীয়া আটি ৮ টা আৰু ৯ ডাল কাঠি যোগ কৰা এশ ডলীয়া আটি দহ ডলীয়া আটি | কাঠি 8 .9 b G ৭ ডাল মাৰু ৯ ডাল ১৬ ডাল কাঠি হ'ল । ইয়াৰ পৰা ১০ ডলীয়া আটি এটা হৈ ৬ ডাল কাঠি বাঢ়ি থাকিব ৷ এতিয়া ৪,৮ অৰু ১ বা ১৩টা দহডলীয়া আটি হল। ইয়াৰো ১০টা আটি লগ লগাই এটা' এশডলীয়া আৰ্টি কৰি ললে ৩টা দহ-ডলীয়। আটি বাঢ়ি থাকে । শেষত এশণ্ডলীয়া আটি কেইট। (৩, ২