সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অমিশ্র’যৌগ । ৪ উদাহৰণ ৷ 6: ১। চটা আম কেই প্ৰকাৰে ২ ভাগ, ৩ ভাগ আৰু ৪ ভাগ কৰিব পাবি ? 2 | ১০টা লেটেকু হৰি আৰু মধুৰ ভিতৰত কেইবাৰ ভগাবপাৰি ? প্ৰতিবাৰতে কোনে কিমান পাব ? ( হৰিয়ে মধুৰ সমান পাব কিন্তু বেচি পাব নেলাগে ) ৩। যেই সেই ৪টা সংখ্যাৰ যোগফল ১৬ হয়। এই ৪টা সংখ্যা আমি কি কি প্ৰকাৰে পাব পাৰে৷ ? 81 মোৰ হাতত দুটা হাতনি পেৰা আৰু ১৫ খন দহটকীয়া নোট আছে। নোটথিনি দুয়োটা পেৰাতে কি কি প্ৰকাৰে থ'ব পাৰিম ? ৬। তিনিটা সংখ্যাৰ যোগফল ২০ ; এই সংখ্যাকেইটা কিমান কিমান হ'ব পাৰে ? তৃতীয় পাঠ। ৭। দুটীয়৷ আৰু তিনটীয়া অঙ্ক থকা সংখ্যাৰ যোগ ১ম উদাহৰণ ৷ ৫২ আৰু ৭ যোগ কৰা । ৫ দহ ২ বা ৫২ ২ উদা । ৬৩ আৰু ২৫ যোগ কৰা । १ ৫ দহ ৯ বা ৫৯ উত্তৰ । ৬৩এ ৬ দই ৩ ২৫এ ২ দহ ৫ ৮ দহ ৮ বা ৮৮ উত্তৰ । এতেকে ৬৩ আৰু ২৫এ ৩য় উদা । ৬৮ আৰু ৯ই কিমান ? ৬৮ ৭৭ (উত্তৰ ) ৬ দহ ৮ আৰু ' ৯ই ৬ দহ ১) হয় । আকৌ, ১৭ই ১ দহ ৭ হয়। এতেকে উলিয়াব লগা যোগফল ৭ দহ ৭ বা ৭৭ থিৰ হল ।