সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পাটীগণিত ।


(৪) ৫৫৫; ৭৭০; ২২২; ১১১; ৭৭৭; ৯৯৯।

(৫) ৮৮০;৭৭০; ৬৬০; ৫৫০; ৪৪০;৩৩০।

(৬) ১৭১; ৩৬৩; ৫৭৫; ৬২৬;৮১৮;৯২৯।

(৭) ১১১১; ২০০০;৩০০০;৮০০০;৯০০০।

(৮)১১১১; ২২২২;৩৩৩৩; ৫৫৫৫; ৬৬৬৬।

(৯) ৯৮৭৬; ৮৭৬৫; ৩৪৫৬; ৬৫৪৩; ৫৪৩২।

(১০) ১২৩৪; ২৩৪৫; ৩৪৫৬; ৪৫৬৭; ৫৬৭৮।

(১১) ১০০১; ২০০৩; ৩০০৫; ৮০০৭; ৯০০১।

(১২) ১০২০; ৫০৩০; ৬০৪০; ৭০৫০; ১০৯০।

(১৩) ১২০০; ১৫০০; ২৫০০; ২৮০০; ৯৮০০।

(১8) ১২১০; ৩৫৩০, ৭৫২০; 8৩৫০; ১১২০।

৯। এঘাৰ শ; বাইশ্ শ; ষোল শ; সোতৰ শ অঙ্কেৰে লিখা।

১০। ১১০, ১২০, ১৩০ এইদৰে এহেজাৰলৈকে লিখি যোৱা।

১১। তলত দিয়া সংখ্যাবোৰৰ সোঁফালে এটা এটা শূন্য দি পঢ়া :— ৩২০; ৫০; ৮; ৯২১; ৫০০; ১১০; ৫৪১।

১২। ৮ৰ স্থানীয় মান ঠিক কৰা :— ৫৮১; ৫০৮১; ৫৮১০; ৮৫০১; ১০৫৮।

১৩। ৭৫০, ৫৭০ আৰু ৫০৭ এই তিনিটা সংখ্যাৰ প্ৰত্যেকটিতে ৫ আৰু ৭ৰ স্থানীয় মূল্য নিৰূপণ কৰা।

১৪। তলত দিয়া সংখ্যাকেইটাৰ প্ৰত্যেক অঙ্কৰ স্থানীয় মূল্য স্থিৰ কৰা :— ৪৭১; ৫৩২; ৫০৩৪; ১০০২; ৮৫৩২।

১৫। ১, ৪ আৰু ০ এই তিনিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান?

১৬। ৪, ৫, আৰু ৭ এই তিনিটা অঙ্কৰে লিখিব পাৰি আটাইতকৈ ডাঙৰ সংখ্যাটি উলিৱা।