এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
অমিশ্ৰ যোগ
৪ৰ্থ উদাহৰণ ৮২ ১৮ ১০০
|
৮২আৰু ১৮ যোগ কৰা ২ আৰু ৮এ ১০ হয়; ১০ৰ ০ একক ঘৰত ৰাখি ১ক দহ'ৰ ঘৰত অঙ্কৰ লগত যোগ |
হল। ১০ৰ ০ দহৰ ঘৰত বহিল আৰু ১ শ'ৰ ঘৰত বহিল।
∴ উত্তৰ ১০০ ( এশ )।
৪ উদাহৰণ।
১। যোগফল কিমান হয় মুখে মুখে কোৱা :—
(১) ২ আৰু ৩; ৪ আৰু ৫; ৭ আৰু ৮; ৮ আৰু ৯।
(২) ৭ আৰু ৬; ৬ থাক ৫; ৪ আৰু ৩; ৮ আৰু ৭।
(৩) ৭ আৰু ৯; ১০ আৰু ৬; ৬ আৰু ৯; ৭ আৰু ১৩।
(৪) ১৩ আৰু ৩; ১৪ আৰু ৪, ১৬ আৰু ৭; ১৮ আৰু ৫।
(৫) ১১ আৰু ১২; ১২ আৰু ১৩; ১৩আৰু১৪; ১৪ আক১৫।
(৬) মোৰ হাতত ৯ পইচা আছে; আৰু ও পইচা হলে মই এটা কলম কিনিব পাৰোঁ। কলমটোৰ দাম তেনেহলে কিমান?
২। যোগ কৰা :—
| (১) | ২ ৩ ৪ |
(২) | ৫ ৩ ২ |
(৩) | ৫ ৬ ৩ |
(৪) | ৮ ৮ ২ |
| (৫) | ১৫ ৩ ৫ ৪ |
(৬) | ৯ ৬ ৫ ৪ |
(৭) | ১০ ৫ ৭ ২০ |
(৮) | ২০ ১৫ ২৩ ৯ |
৩