এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
পাটীগণিত
৩। যেই সেই ৪টা সংখ্যাৰ যোগফল ৬১ হয়। এই ৪টা সংখ্যা আমি কি কি প্ৰকাৰে পাব পাৰো?
৪। মোৰ হাতত দুটা হাতনি পেৰা আৰু ১৫ খন দহ টকীয়া নোট আছে। নোটখিনি দুয়োটা পেৰাতে কি কি প্ৰকাৰে থ'ব পাৰিম?
৫। তিনটা সংখ্যাৰ যোগফল ২০; এই সংখ্যা কেইটা কিমান কিমান হব পাৰে?
৮। দুটা অঙ্ক থকা সংখ্যাৰ যোগ।
| ১ম উদাহৰণ। ১২আৰু ৭ যোগ কৰা | ১ দহ ২ বা ১২ ৭ ৭ ১ দহ ৯ বা ১৯
|
উত্তৰ।
| ২ম উদাহৰণ। | ২২ ২৫ ৪৭
|
২২আৰু ২৫ যোগ কৰা ২ আৰু ৫এ ৭; ২ দহ আৰু ২ লগ লাগি ৪ দহ হ'ল। এতেকে |
| ৩ম উদাহৰণ। | ৩৫ ৭ ৪২
|
৩৫ আৰু ৭ এ কিমান? ৩ দহ ৫ আৰু ৭এ ৩ দহ ১২ হয় ১২ ই ১ দহ ২ হয়। এতেকে উলিয়াব |