এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
পাটীগণিত
| ৩য় উদা। | ৮ ৯ ৭ ২৪
|
৮ আৰু ৯ই ১৭; ১৭ই এদহ সাত। গতিকে ১৭ আৰু ৭এ ১ দহ ১৪ হব। |
এতেকে ৮, ৯ আৰু ৭ৰ যোগফল ২৪ থিৰ হল (উত্তৰ)।
২ উদাহৰণ
যোগ কৰা :—
| ১। | ৬ ৮ ৩ |
২। | ৫ ৯ ৭ |
৩। | ৮ ৯ ২ |
৪। | ৪ ৫ ৬ |
| ৫। | ২ ৩ ৭ |
৬। | ৬ ৭ ১০ |
৭। | ৯ ১০ ৩ |
৮। | ১০ ৫ ৭ |
| ৯। | ১০ ১০ ৭ |
১০। | ১০ ৮ ১০ |
১১। | ৯ ১০ ৯ |
১২। | ১০ ১০ ১০ |
| ১৩। | ৮ ৯ ১০ |
১৪। | ৮ ১০ ৫ |
১৫। | ১০ ১০ ৭ |
১৬। | ৫ ১০ ১০ |
১৭। ৩টা মানুহৰ হাত কেইখন?
১৮। এটা গৰু আৰু এটা ছাগলিৰ ঠেং কেইখন?