সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (প্ৰথম ভাগ - খ আৰু ১ ম মান).pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
যোগ

মৌখিক প্ৰশ্ন।

 ১। ৫এ ৩এ কিমান?   ২। ৪এ ২এ কিমান?

 ৩। ৫এ ৫এ কিমান?   ৪। ৬এ ২এ কিমান?

 ৫। ৬এ ৭এ?   ৬। ৮এ ৪এ?   ৭। ৯এ ৫এ?

 ৮। ৮এ ৯এ?   ৯। ৭এ ৮এ?   ১০। ৫এ ৭এ?

 ১১। তোমাৰ হাতত ২ ডাল পেন্সিল আছে। যদুৰ হাতত ৩ ডাল আছে। দুয়োৰে হাতত থকা পেন্সিল কেইডাল হ'ল?

 ১২। ক'মান শ্ৰেণীৰ লৰা ৯টা, খ'মান শ্ৰেণীৰ লৰা ৮টা। দুয়ো শ্ৰেণীৰে লৰা কিমান?

দ্বিতীয় পাঠ।

৭। যোগ (নেওতাৰ সহায়েৰে )।

 ১ম উদা। আৰু ই কিমান?

 
 
 ১৯
নেওভাৰ সহায়েৰে ৮ আৰু ৯ই—১৭। এতেকে উত্তৰ ১৭

 

 ২য় উদাহৰণ। ১৩ আৰু যোগ কৰা।

 ১৩
 
 ২২

 ১ দহ তিনি আৰু ৯ই ১ দহ ১২ হয়। আকৌ ১২ ই ১ দহ ২ হয়। এতেকে উলিয়াব লগা যোগফল ২ দহ ২ বা ২২। উত্তৰ ২২