এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
অমিশ্ৰ যোগ
২য় উদাহৰণ। ৰামৰ হাতত ৪ ডাল পেঞ্চিল আৰু হৰিৰ হাতত ৫ ডাল পেঞ্চিল আছে। দুয়োৰো হাতৰ পেঞ্চিল গোটালে কিমান হব?
ৰামৰ ৪ ডাল আৰু হৰিৰ ৫ ডাল পেঙ্কিল আনি শাৰী পাতি
| ৪ ডাল | ৫ ডাল | ৫ ডাল | ৪ ডাল |
| ১২৩৪ | ৫৬৭৮৯ | ১২৩৪৫ | ৬৭৮৯ |
থোৱা। এতিয়া বাওঁহাতৰ পৰা ১, ২ কৰি লেখি যোৱা। এই দৰে লেখি গলে ৯ ডাল পেঞ্চিল ওলাব।
বস্তুৰ সংখ্যাক এইদৰে লগ কৰি দেখুৱা প্ৰণালীকে যোগ বা তেৰেজ বোলে।
৬। যোগ নেওতা
| ১ | ১ | ১ | ১ | ১ | ১ | ১ | ১ | ১ | ১ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
| ২ | ২ | ২ | ২ | ২ | ২ | ২ | ২ | ২ | ২ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
| ৩ | ৩ | ৩ | ৩ | ৩ | ৩ | ৩ | ৩ | ৩ | ৩ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
| ৪ | ৪ | ৪ | ৪ | ৪ | ৪ | ৪ | ৪ | ৪ | ৪ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |