সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (প্ৰথম ভাগ - খ আৰু ১ ম মান).pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
পাটীগণিত

দহ বুজাবৰ কাৰণে ১ দহৰ ঘৰত বহিছে আৰু এককৰ ঘৰ খালি বুজাবৰ কাৰণে ভাত ০ বহিছে। সেইদৰে ১০০ বোলোঁতে এশৰ ঘৰত ১ বহি দহ আৰু একৰ ঘৰত ০০ দুটা শূন্য বহিছে। ৪০, ৫০০; ৭০০, ৯০০ ইত্যাদি সংখ্যাবোৰতো সেইগবেই আচল অঙ্ক কেইটাৰ স্থানীয় মূল্য নিৰ্দেশ হৈছে।

 ১ম উদাহৰণ। ৩৫৬ এই সংখ্যাটোৰ কোন অঙ্কই কি মূল্য বুজাইছে?

 ইয়াত এককৰ ঘৰৰ অঙ্ক এটা অঙ্কৰ বাওঁফালে থকাৰ কাৰণে ই দহ বুজাইছে, দুটা অঙ্কৰ বাওঁফালে আছে গতিকে ই ৩শ বুজাইছে। এতেকে সংখ্যাটোৰ মূল্য হল দহ বা তিনিশ ছাপন্ন।

 ২য় উদাহৰণ। তলত দিয়া সংখ্যাবোৰত ৰ স্থানীয় মূল্য থিৰ কৰা :—

 ৯২৪; ৯৪২; ৪৯২

 প্ৰথম সংখ্যাত সোঁহাতৰ অঙ্ক; সেই কাৰণে সি একৰ ঘৰত বহি তাৰ প্ৰকৃত মূল্য কে বুজাইছে। দ্বিতীয় সংখ্যাত এটা অঙ্কৰ বাওঁফালে আছে কাৰণে সি দহ বুজাইছে। তৃতীয় সংখ্যাত দুটা অঙ্কৰ বাওঁফালে আছে কাৰণে সি শ বুজাইছে।

 ৩য় উদাহৰণ। ৰ পিঠিত (১) এটা শূন্য বহুৱালে কিমান হ'ব? (২) ২টা শূন্য বহুৱালে কিমান হ'ব?