পৃষ্ঠা:পাখি লগা মন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাখি লগা মন

 পৱন ‘ক্লাচ চেভেন’ত পঢ়ে। ল’ৰাটো বৰ জেদী। যি ভাবে তাকে কৰিবলৈ লাগে। ফল ভালেই হ’ক বা বেয়াই হ’ক।

 সি কল্পনাতে বেছি সময় পাৰ কৰে। তাৰ বিলাসী মনটো অনবৰত