পৃষ্ঠা:পাখি লগা মন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাহসী পল

 পল নামৰ আঠ বছৰীয়া কণমাণি ল’ৰাটো জুৰিৰ পানীত উটি আহি কোনোবাখিনি পলেহি।

 সদায় গা-ধোৱা, ধেমালি কৰা জুৰিটোত যে কেনেকৈ পিছল খাই পৰিল সি ততকে ধৰিব নোৱাৰিলে, বৰষুণত পানীৰে উপচি পৰা জুৰিত