পৃষ্ঠা:পদ্যাৱলী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সপ্তম সংস্কৰণ।

 পুথিখনৰ আগৰে পৰা গুৰিলৈ চাই বহুতো পৰিবৰ্ত্তনৰ লগে লগে কেইবাটাও কবিতাত পূৰ্ব্ব ঘটনা সম্বলিত টোকা যোগ কৰি, গা’ৰ গঢ় বঢ়োৱাৰ লগে লগে আঠ অনা মূল্যৰ ঠাইত নও অনা মূল্য কৰা হল। অলনিতি বিস্তৰেণ।

হাজো।
৺মাধব লাইব্ৰেৰী,
ইং ১লা জানুৱাৰী, ১৯২৭।
বিশ্বাসী।