যাৰ মৰমত লিখকে
আজি লিখা-পঢ়া শিকি
সমাজত মানুহ বোলাৰ সমৰ্থ হৈছে,
সেই দেৱোপম—লোকহিতৈষী,
ওপৰ আসাম শিৱসাগৰ নিবাসী
শ্ৰীযুত অক্ষয়কুমাৰ ঘোষ বি, এল,
গৱৰ্ণমেণ্ট উকীল মহোদয়ৰ কৰকমলত
এই অকণমান কবিতা
পদ্যাৱলী
প্ৰীতি আৰু ভক্তিৰ চিন্ স্বৰূপ
উছৰ্গা কৰা হল।
বিশ্বাসী।