পৃষ্ঠা:পদ্যাৱলী.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
পদ্যাৱলী।


নাজানো ভকতি, স্তুতি, নীচ দুৰাচাৰ,
 হীন বুদ্ধি অধম পামৰ,
অনুদাস হৈ যেন, থাকোঁ চৰণত,
 ইয়াকেহে খাটোঁ নিৰন্তৰ।