পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ। পূৱ হল ৭৩ এনে সময়তে হঠাৎ সূৰ্য্য থকা ঠাইত বাতৰি শলাগছি, যে বৰফুকনৰ সৈন্যই হৰদত্ত প্রভৃতি বিনাশ কৰিলে ! বাতৰি বতাহতকৈ ও বেণী, বিশেষকৈ বেয়া বাতৰি । সূর্যকুমাৰে বজ্রাঘ।তৰ তুল্য এই বাতৰি শুনি একেবারে বলীয়াৰ নিচিনা হৈ, যাৰ মুখে এই বাতৰি শুনিছিল তাক লগত লৈ যত এই ঘটনা হৈছিল তালৈ নিশ্বাষে লৰ দিলো । সূৰ্যৰ এই অৱস্থ। দেখি, কি কৰিম কি নক ৰিম একোকে লেভাবি লে ৩ তেওঁৰ প'ছে এছে নৰ দিলে • হান । এই দৃশ্য। অতি শোচনীয়, জাতি হৃদয়বিদার । | সূর্য্যকুমাৰ সেই ভয়ানক ঘটনাস্থলত উপস্থিত হৈই দেখিলে যে এঠাইত ৰঘু এঠাইত ৰদত্ত আৰু বীৰ দত্তৰ দেহু তেজেৰে বুকি পৰি 7ছ, দুৰাত্মা বৰফুকনে অলপ আৰত ঘোৰাৰ ওপৰত উঠি চাই তাছ, 'জাৰু তেওঁৰ সেনাপতি কুমেন বঙ্গাল নামতে পাব এটাই তেওঁৰ প্ৰাণৰ এত.পদুমৰ প্ৰতি অপমান কৰিবলৈ উদ্যত হৈছে । পদুমৰ কিন্তু বাহি ক ম নাই, কত কি হৈছে কব নোৱাৰে সখী- য়ে ছুয়ে ভয়ানক সাহু আৰু বীৰত্ব প্রকশ কৰি তেলিব, সেই পাষৰ মোৰ পা পদুম ঃ । কৰি আছে ! ( কুমু। তোৰ বীৰত্ব ধন্য "মাৰ বিধ্বস্ত। 1 কোন ও উলুধু ফ্রী ভনীয়া । সূর্যমাৰে এই কথ। দেখা মাত্রকে একে জাপেই হৰদত্তৰ শৰ চ- কল গেছি বন। এৰোৱনখন লৈ কমদানৰ 45 ত হি’ হৈ সিংহ-গর্জ- মোৰ ক লৈ ধৰিলে। :- ‘পাপীষ্ট দূৰ হ ! সতৰ শত্ৰীৰ তই স্পর্শ ম + ৰিবি । বণ্ড দুই যনি সেইফালে এথে ' বাট, তেনেহলে ওই তৰোৱালেৰে এতিয়াই তোক মই ডোখৰ কৰিম।” অকস্মাৎ এই কথা শুনি কুমেদান অলপ তবধ হৈ ৰৈ তৎক্ষণাৎ অক সাহ গোটাই লৈ ৰেৰে একো নেমতি সূৰ্য্যৰ ডিঙিৰ ফালে তৰাৱাহেৰে