পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰোগ নির্ণয় তেওঁ মৃতপ্রায় হৈ আছে । সূর্যই ও এই পৃথিবীত কাবাক তেওঁৰ মন-প্রাণ সমৰ্ণিছিল। যাৰ পৰা পৃথক হৈ তেওঁ গেটেই সংসাৰ এন্ধাৰ দেখিছে । হার সূৰ্য । এই কপৌ-কপৌৱনী জুৰিৰ দিব তুমিও এই সংসাৰৰ এজুপি গছত তোমাৰ হববৈশৰীৰ সৈতে একে লগে একে ঠাইতে একেটি ডালতে মুখামুখীকৈ পৰম সুখত অছিল। ; নিঠুৰ কানে তোমাৰ পৰা তোমাৰ ৰত্ৰ সিটিক কাঢ়ি নি তোমার এই অৱস্থা কৰিলে ! এনে স্থলত তুমি কেনেকৈ থিৰেৰে থাকা ? তুমি যাক 'ভাল পাইছিলা, তােমাকে ভাল পাই যি হিয়া জুৰই ছিল, তেওঁৰ বা তোমাৰ বিৰহৰ কি গতি হৈছে ? হায় বিধি ! জেওঁ তােমাক এৰি এতিয়া য়াই আছেনে? তুমিতো পুৰুঘ, তােমাৰ হৃদয়ৰ তুলনাত তেওঁৰ হৃদয় অতি কোমল, কেনেকৈ তেওঁ এতে কোমল স্থিরতি এনে নিৰুণ বিবহ যন্ত্রণা সহিছে । এই সংসাৰত ঈশ্বৰে তিৰোক দুখ কষ্টৰ কঠোৰ যন্ত্রণা সহিবলৈ সুজন কৰিলে নে কি ! হৰি হৰি, কপাল !-তুমি কোন ভাগ্যৱতী কব নেব ৰে।। তুমি ষে সূৰ্যকুমাৰৰ ভালপােৱাৰ পাত্ৰ হৈছ, এই নিমিত্ত মি মোতকৈ লক্ষ গুণে কৃপাণী।। তােমাৰ ফালে সৈতে তুলনা কৰিা মই অ ভা- গিণীৰ কপাল খুলি ভাঙ্গি লগীয়া । তুমি সূৰ্যৰ প্ৰ পাইছিল', শ্যই “তোমাক ভাল পাওঁ বুলি কোৱা অমৃত যেন কথাৰে তোমাৰ কা= শীতল কৰিছিল, তোমাৰ চকুৰে হেপাহ পলুৱাই ৰূমৰ পৃণিমৰ ডেন যেন মখ চাইছিল, তোমার মুখে শুন্যর মুখৰ মা পিবৈ পাইছিল, মােৰ প্রাণেশৰৰ তুমি | হুখ দেখিবলৈ পাইছি, অহা ? তুমি কেনে ভাগৱতী। মে'ৰ এণীনাথ তোমাৰ নিমিত্তে কাতৰ ; ধন্য তুমি পুত ।—সি যি ও প্র" না ! যদি এই পৃথিবীত তোমাৰ প্রিয়। এতিয়াও জীয়াই অাছে, যদি তেওঁ তোৰ বিৰহ-