পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলত পেক

বেজাৰ মুৱাহৈ থকা দেখিলে তেওঁ লুকাই কালি অপােনা আপুনি কোনেও নুশুনাক কয় “প্রাণনাথ' ! তুমি কি বেজাৰ কৰিছা, মোৰ ঘৰেই তোমাৰ ঘৰ ; তোমাৰ কোনাে নাই, মই আছে।; মই তোমাৰ চিৰকাল চৰণ সেৱি থাকিম, তোমার সুখ কি ? প্রাণেশ্বৰ ! আৰু তুমি বেজাৰ নকৰিবা, তােমাৰ বেজাৰ দেখিলে মই ধিৰে থাকিব নোৱাৰো ; তােমাৰ চকুৰ লাে দেখিলে মোৰ চকু চলচলী হৈ যায়।” | এদিন ফুল আইদেৱে আবেলি সূৰ্য্যকুমাৰক, তেওঁৰ ফুলনি বাড়ী দেখুৱাবলৈ হাতত ধৰি লৈ গৈ তেওঁ নিজ হাতে ৰোৱা, নিজ হাতে পানী দি ডাঙৰ কৰা ফুল পুলি, গছ পুলিবোৰ এজোপা এজোপাকৈ দেখুৱাইছে, এনেতে পুলি আমি এজুপিৰ ডাল এটিলৈ হঠাৎ তেওঁৰ চকু গত ‘অই ঐ! আই ঐ কৈ উঠিল। সূর্যই এই কথা শুনি বৰ বাস্ত-সমস্ত হৈ ‘কি হা, কি হল?” বুলি সুধিলে । | ফুল।-“তললৈ মূৰকৈ বেজাৰ কৰি থকা সে। কণৌরনী অনী চোৱ চেনি। তাই সদাই অাৰু এটিয়ে সৈতে এজুৰি হৈ মােৰ এই ফুলনি বাড়ীৰ সেই আমি জুপিতে থাকে। দিনটো দুয়ো লগ লাগি কৰবাত চৰি ফুৰেগৈ, গধূলি হলে দুয়ো অাকৌ একে ন!গে ইয়ালৈ গুচি অাছে । আজি তাইৰ লগৰ সিটি নাই, কৰবাত কোনােবাই তাক মাৰিলে কি কিবা হল! সেই দখি তাই নচৰ বেলি এডাে- খৰ থাকেঁতেই চি আহি অকলৈ কাদি-কাতি বেজাৰ কৰি অাছে। ফুলৰ এই কথা শুন্য মাত্রকে সূর্যকুমাৰ বৰুৱা হঠাৎ বৰণ সলাই মাটিত বহি পৰিল, ফুলে 'কি হল?” বুলি চিয়ব মাৰি দিলে। ফুলনি বাড়ীত ফুলৰ চিয়ৰ নি ধাইমাক ঘৰৰ ভিতৰৰ পৰা লব্ধি অহি সূৰ্য্যকুমাৰক তেনেকৈ থকা দেখি তৎক্ষণাৎ তেন-"নী আনি মূৰত দি অলপ বিছিলত কুমাৰ সুস্থ হৈ উঠি হিল। হঠাৎ