পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ পদুম কুঁৱৰী | সিফালে সূৰ্যক হেৰুৱাই পহুমকুঁৱৰীৰ সেই দশা, ইফালে সূৰ্যক পাই ফুলৰ এই দশ', এনেস্থ ত সূৰ্য্যই কি দৰে বৰফুকনৰ প্ৰত কাক কটাইছিল, তা ক অলপমান কোৱা যাওক। ' | চুল বে তেওঁৰ নিমিত্তে এঁলে| তলৈ ইমান বিল হৈছিল, সেই কথাৰ সূর্য কুৱে শুঃ যাত্রনেজানে। পদুম ক এৰিখৰ পৰা সূৰ্য্য মৃতপ্রার, তেওঁৰ মুখত হাঁহি নাই, মত নই, অন্তৰত সদাই বিহু বহ্নি । ভাত-পানীত অচি, আমোদ আলাদত সম্পূর্ণ আৰতি, সদাই তুলল মৰকৈ ভাবিব, অব। এটিপা চকুৰ পানী পেলাব। হে লাহে তেওঁ বিবর্ণ হৈ শুকাই-শীনাই খাবলৈ ধৰিলে। মলে ।তওঁৰ মন ভাল লগাবলৈ, তেওঁক সুখে সন্তোষে বাখিবলৈ কত চেষ্ট, কত যত্ন, কত উপায় কৰিছিল তার অন্ত নাই। কিন্তু কি কাৰণত সূৰ্যৰ মন অস্থি, সুখ-শান্তি নাই সেই কয় সূর্যাইও নাক কোৱা নাই, ফুলে ও সূৰ্যক সুধিবলৈ ইচ্ছ। কৰা নাই। ফুলৰ প্রধান ভর, যে সূৰ্যৰ তেওঁ এই মনোবেদনাৰ কথা সুধিলে কিজানি সূৰ্যৰ মনত কষ্ট আৰু অধিক হয়। ষষ্ট পাতলাবলৈ, হি ঝোগ মোৰোগ্য কৰিবলৈ তেওঁ ইমান যতন কৰিছে, অপ্রীতিকৰ কথা সুধি সই ঋষ্ট আৰু বেছিকৈ মনত পেলাই দি, কি এপনি ৰােগ তেওঁ বঢ়ায় হৈ ! {তওঁ মুনত দুথ যেই কিবা মহক, কেনেকৈ তত্ত্ব পৰা ওঁৰ মনটো আনফালে !ি দেই দুখ পাহৰাব, ফুল দিয়ে বয়ে এই চিন্তা। ফুল ভাখিছিল, জৰুৰ পৰা থকা ঘৰ-দুৱৰি, মিতিৰ কাটুম ব-বুন্ধিৱ এৰি লোকৰ বৰত থাকিব দাগ। হাই সৰ্য্যৰ মনত বেজাৰ। সেই দেখি ফুলে মনতে এই সঙ্কল্প কৰিলে, যে তেওঁ- বিলাকৰ ঘৰ সূৰ্যৰ আপোন ঘৰতকৈও অাপোন কৰিব, আৰু তেওঁ সূৰ্যৰ ভাই-ককাই আন্তিকৈও অাপােন হব । সেই দেখি সূৰ্য ক